কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সুবিচাৰপূৰ্ণxu.bi.sar.pur.noProper Adj.
ভাল বিবেচনা প্ৰদৰ্শন কৰা।
showing wise judgement.
- সুবিদিতsubiditaAdjective
সুপৰিচিত; ভালকৈ জনা
well-known
- সুবিধাজনকxu.bi.dha.jo.nokProper Adj.
বিছৰা ধৰণৰ বা কামৰ বাবে উপযুক্ত
suitable to the needs or purpose
- সুবিধাবাদীsubidhābādīAdjective
যি নীতি-জ্ঞান উপক্ষা কৰি নিজৰ সুবিধালৈ লক্ষ্য কৰি চলে
opportunist
- সুবিধাভোগীxu.bi.dha.bho`.giProper Adj.
আচুতীয়া অধিকাৰ বা সা-সুবিধা ভোগ কৰি থকা (ব্যক্তি বা সমূহ)
belonging to a class that enjoys special privileges
- সুবিন্যস্তxu.bi.nyos.toProper Adj.
দেখাত পৰিষ্কাৰ আৰু সজীৱ
neat and smart in appearance
- সুবিবেচকxu.bi.be.sokProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- সুবিবেচনাপূৰ্ণxu.bi.be.so.na.pur.noProper Adj.
ভাল বিবেচনা প্ৰদৰ্শন কৰা।
showing wise judgement.
- সুবিশালsubiśālaAdjective
বৰ ডাঙৰ।
- সুবিস্তীৰ্ণsubistīrṇaAdjective
অতিশয় আহল-বহল; বহুদূৰ বিয়পি থকা
extensive
- সুবিস্তৱতsubistawataAdjective
অতিশয় আহল-বহল; বহুদূৰ বিয়পি থকা
extensive
- সুবুদ্ধিsubuddhiNoun
উত্তম বুদ্ধি; ভাল বুজিব পৰা শক্তি
a good intellect
- সুবৃহৎxu.bri.hotProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- সুবেদীxu.badiProper Adj.
বাহিৰৰ সংকেত বা প্ৰভাৱৰ প্ৰতি তত্কালে প্ৰতিক্ৰিয়া কৰা
acutely responsive to external stimuli or impressions
- সুব্ৰতProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- সুভাগাsubhāgāAdjective
লাগী; পতিপ্ৰিয়া
beloved or favourite, as a wife
- সুভাষীxu.bha.xiProper Adj.
মিঠা, নম্ৰ, আৰু ভদ্ৰভাৱে কথা কোৱা লোক ৷
Someone who speaks in a courteous, civil, and plausible manner.
- সুমঙ্গলsumaṅgalaNoun
শুভ; কল্যাণ; সৌভাগ্য
good luck; prosperity
- সুমঙ্গলীয়াxu.mong.go.li.yaProper Adj.
ভাল খবৰ-বাতৰি বা কোনো শুভলক্ষণৰ প্ৰতীকস্বৰূপ৷
Auguring favourable circumstances and good luck.
- সুমতিsumatiNoun
সজ মতি; উত্তম বুদ্ধি
good disposition or intention