← ফুৰি যাওক

সুবুদ্ধি

subuddhi

অৰ্থ

1.

উত্তম বুদ্ধি; ভাল বুজিব পৰা শক্তি

a good intellect

বি.

2.

সজ আলচ; উত্তম পৰামৰ্শ

useful advice

বি.

3.

ভাল বুদ্ধি থকা; জনা-বুজা

intelligent

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ