সুভাগা
subhāgā
অৰ্থ
1.
লাগী; পতিপ্ৰিয়া
beloved or favourite, as a wife
বিণ.
2.
জ্যোতিষৰ মতে কন্যা প্ৰথম ৰজস্বলা হোবাত শুভযোগ
an auspicious combination of stars at the time of the first menstruation of a girl
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ