← ফুৰি যাওক

সুমতি

sumati

অৰ্থ

1.

সজ মতি; উত্তম বুদ্ধি

good disposition or intention

বি.

2.

সুধী; উত্তম বুদ্ধি থকা

possessed of good sense; wise

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ