কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাbāTransitive verb
হাত বা বাউসি চলাই কোনো কাম কৰ্; যেনে-জাল বা; হাল বা; . কৱদ
to do any work by the use of the hands
- বা-বাতৰিbā-bātariNoun
বাতৰি আদি; খা-খবৰ
news, etc.
- বা-বিচনীbā-bicanīNoun
কান্ধৰ পাছফালৰ চেপেটা বহল ভাগ; বাহুৰ মূল
the shoulder-blade; scapula
- বা-মাৰলিba-ma.ro.liAbstract Noun
তীব্ৰ বতাহ আৰু সাধাৰণতে শিলাবৃষ্টিৰে সৈতে হোৱা ভয়ঙ্কৰ বায়ুমণ্ডলীয় বিসংগতি।
Violent atmospheric disturbance with strong wind and usually with thunder, hail and rain.
- বা-মড়লীbā-maṛalīNoun
অতি কোবেৰে ঘূৰি ঘূৰি ওপৰলৈ উঠা বতাহ
a whirlwind
- বা-মৰলিba-mo.ro.liAbstract Noun
তীব্ৰ বতাহ আৰু সাধাৰণতে শিলাবৃষ্টিৰে সৈতে হোৱা ভয়ঙ্কৰ বায়ুমণ্ডলীয় বিসংগতি।
Violent atmospheric disturbance with strong wind and usually with thunder, hail and rain.
- বা-মৰলীbā-maralīNoun
অতি কোবেৰে ঘূৰি ঘূৰি ওপৰলৈ উঠা বতাহ
a whirlwind
- বাঁওকাbām̐okāNoun
বিৰিয়া; ভাৰ কঢ়িওবা এচটা বেঁকা আগলৈ জোঙা ফলীয়া বাঁহ
a flat piece of split bamboo tapering towards both ends used to carry loads on man's shoulders
- বাঁওপেটba~o`.petMaterial Noun
জন্তুৰ পেটৰ বাওঁফাল।
left hand side of an animal`s belly.
- বাঁকbām̐kaNoun
গা পিছল, হাত-ভৰি দীঘল আৰু বেঁকা, আঁকোৰা নখেৰে এবিধ মাছ খোবা ভূত; "দ'ত" চোবাঁ
a spirit supposed to live on fish
- বাঁকৰাজbām̐karājaNoun
গাত আঁচ আঁচ দাগ থকা এবিধ সাপ
a kind of snake
- বাঁজী-ঔbām̐jī-auNoun
ঔ গছৰ নিচিনা পাত থকা গুটি নধৰা এবিধ বনৰীয়া ওখ ডাঙৰ আওকাঠী গছ
a kind of forest tree; Ardicia Colorata
- বাঁটbām̐ṭaNoun
গৰু, ম'হ আদি জন্ত্তৰ গাখীৰ ওলোবা স্তন বা পিয়াহ
the treat of an animal
- বাঁতbām̐taNoun
গৰু, ম'হ আদি জন্ত্তৰ গাখীৰ ওলোবা স্তন বা পিয়াহ
the treat of an animal
- বাঁতিbām̐tiNoun
পেটৰপৰা মুখেদি উলিওবা আহাৰ আদি বস্ত্ত
vomit
- বাঁশৰীbām̐śarīNoun
বাঁহী।
- বাঁহbām̐haNoun
ঘাঁহ জাতিৰ বৰ ওখ ফোপোবা আৰু পাব থকা এবিধ সকলোবে জনা আৰু অনেক কামত ব্যবহাৰ হোবা উদ্ভিদ [ইয়াৰ অনেক জাতি আছে; যেনে-ওবাক্খাই, কাক, কোটোহা, জাতি, দলৌ, বজাল, বিজুলী; বেঁতী; মকাল, ভলুকা ইত্যাদি; ইয়াৰ গাজৰ কেঁচাতে বা খৰিচা কৰি অসম, চীন, জাপান, মান আদি অনেক দেশৰ মানুহে আঞ্জা খায়।]
bamboo; bambusa
- বাঁহ গছba~h gosCommon Noun
এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ৷ ইয়াক কাগজ, ঘৰুৱা সামগ্ৰী, কেছা ঘৰৰ খোটা আদি বনাবলৈ ব্যৱহাৰ কৰা হয়৷
A kind of very tall herb used for making papers, house-hold items.
- বাঁহগাজba~h.gajCommon Noun
কোনো কোনো প্ৰজাতি বাঁহৰ কুমলীয়া আগ৷ ইয়াক সৰু সৰুকৈ কূটি পাছলি হিচাপে খোৱা হয়৷
The young shoot of certain species of the bamboo sliced, cooked, and eaten as a vegetable, especially in East Asian and Assamese cuisine.
- বাঁহপতীয়াAdjective
বাঁহ পাতৰ নিচিনা
shaped like a bamboo leaf