← ফুৰি যাওক

বা

bā

অৰ্থ

1.

হাত বা বাউসি চলাই কোনো কাম কৰ্; যেনে-জাল বা; হাল বা; . কৱদ

to do any work by the use of the hands

সক. ধা.

2.

মুখ মেল্; ফুঁবা

to open the mouth; to blow

সক. ধা.

3.

কাম কৰা; কাম ল; খটা

to cause to work or serve

অক. ধা.

4.

চলি থকা বতাহ

to wind

বি.

সমাৰ্থক শব্দ

5.

নাইবা; নতুবা; অথবা

either; or

অব্য.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ