বাঁহপতীয়া
অৰ্থ
1.
বাঁহ পাতৰ নিচিনা
shaped like a bamboo leaf
বিণ.
2.
বাঁহ পাতৰ নিচিনা পাতেৰে এবিধ মাটিত বগোবা ঘাঁহ
a kind of grass
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
বাঁহ পাতৰ নিচিনা
shaped like a bamboo leaf
বিণ.
বাঁহ পাতৰ নিচিনা পাতেৰে এবিধ মাটিত বগোবা ঘাঁহ
a kind of grass
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ