বাঁজী-ঔ
bām̐jī-au
অৰ্থ
1.
ঔ গছৰ নিচিনা পাত থকা গুটি নধৰা এবিধ বনৰীয়া ওখ ডাঙৰ আওকাঠী গছ
a kind of forest tree; Ardicia Colorata
বি.
2.
ঔ গছৰ পাতৰ নিচিনা এবিধ ক্ষুদ্ৰ গছ
a kind of annual shrub; Lea aspera vitacea var
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ