কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কোষ্ণProper Adj.
চুলে জ্বলন নোহোৱা সামান্যভাৱে গৰম; সাধাৰণতে জুলীয়া পদাৰ্থৰ উত্তাপ বুজোবলৈ ব্যৱহাৰ হয়৷
Slightly or only just warm; usually used in case of liquid.
- কোৰকুৰীয়াAdjective
কোৰ কোৰ শব্দ কৰা।
- কোৰবীAdjective
কৌৰবৰ; কৌৰব পক্ষৰ।
- কোৰামুঠীয়াkorāmuṭhīẏāAdjective
টানকৈ মুঠি মাৰি ধৰা
tightly grasped
- কোৰোকা-কুৰুকিAdjective
ওখ-চাপৰ; খলা-বমা; ঠাইতে দ ঠাইতে বাম; অসমান
uneven; undulating
- কোৰোকীAdjective
কোৰোক-সম্পৰ্কীয়; বস্ত্ত আটক কৰাৰ আজ্ঞা লিখা থকা (কাকত)
containing orders for attachment
- কোৰোটা-কুৰুটিko`.ro`.ta-ku.ru.tiProper Adj.
মিহি বা সমান নোহোৱা, মাজে মাজে উখহা ঠাই থকা পৃষ্ঠ।
a unsmooth surface with small bumps on it.
- কোৰোলাkorolāNoun
এবিধ নলা মেলি ফুলা ধুনীয়া ফুল আৰু তাৰ গছ
a kind of flower and its tree
- কৌটি-কলীয়াkauṭi-kalīẏāAdjective
বহুদিনীয়া; অতি পুৰণি; পুৰণি-কলীয়া
ancient
- কৌটিকলীয়াkou.ti.ko.li.yaProper Adj.
বুৰঞ্জীৰ বা জনস্মৃতিৰো আগৰ কালৰ, বহু পুৰণি ৷
long past; beyond the limits of memory or tradition or recorded history.
- কৌণিকkoi.nikProper Adj.
কোণ সম্পৰ্কীয়৷
measured by an angle or by the rate of change of an angle
- কৌতকীProper Adj.
আনন্দ, সন্তুষ্টি বা আমোদ প্ৰকাশ কৰা, উপভোগ কৰা অথবা দেখুওৱা
Enjoying, showing, or marked by pleasure, satisfaction, or joy
- কৌতুকজনকkautukajanakaAdjective
কৌতূহল-উৎপাদক; আগ্ৰহবৰ্ধক
causing curiosity
- কৌতুকপূৰ্ণkou.tuk.pur.noProper Adj.
যি হাঁহি উঠাব বা হহুঁৱাব পাৰে
Something that arouses humour
- কৌতুকপ্রিয়kou.tuk.pri.yoProper Adj.
অতিশয় আনন্দ দেখুওৱা বা আনন্দ দিব পৰা।
Full of or showing high-spirited merriment.
- কৌতুকাৱহProper Adj.
অগতানুগতিক বিশেষত্ব থকাৰ বাবে জানিবলৈ আগ্ৰহ জন্মাব পৰা ৷
Arousing interest because of novelty, strangeness or peculiarity.
- কৌতুকীProper Adj.
বিভিন্ন বিষয়-বস্তুৰ বিষয়ে জানিবলৈ আগ্ৰহী বা উৎসুক.
very interested in learning about different things
- কৌতুকীয়াkautukīẏāAdjective
ধেমালি ভাল পোবা; ধেমেলীয়া; ৰঙুবাল
sportive; fond of play
- কৌতূহলজনকkou.tu.hol.jo.nokProper Adj.
অগতানুগতিক বিশেষত্ব থকাৰ বাবে জানিবলৈ আগ্ৰহ জন্মাব পৰা ৷
Arousing interest because of novelty, strangeness or peculiarity.
- কৌতূহলীkou.tu.ho.liProper Adj.
বিভিন্ন বিষয়-বস্তুৰ বিষয়ে জানিবলৈ আগ্ৰহী বা উৎসুক.
very interested in learning about different things