← ফুৰি যাওক

কৌতুকপূৰ্ণ

kou.tuk.pur.no

অৰ্থ

1.

যি হাঁহি উঠাব বা হহুঁৱাব পাৰে

Something that arouses humour

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

হাঁহিৰে উপভোগ কৰি থকা (ব্যক্তি)

(of a person) enjoying making a laugh

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কৌতুকপূৰ্ণ · অসমীয়া অভিধান