← ফুৰি যাওক

কোৰোকা-কুৰুকি

অৰ্থ

1.

ওখ-চাপৰ; খলা-বমা; ঠাইতে দ ঠাইতে বাম; অসমান

uneven; undulating

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কোৰোকা-কুৰুকি · অসমীয়া অভিধান