← ফুৰি যাওক

কোৰোকী

অৰ্থ

1.

কোৰোক-সম্পৰ্কীয়; বস্ত্ত আটক কৰাৰ আজ্ঞা লিখা থকা (কাকত)

containing orders for attachment

বিণ.

2.

কোৰোক কৰা বা হোবা

attached

বিণ.

3.

কোৰোক কৰা; যি কোৰোক কৰে; যেনে -"কোৰোকী টেকেলা"

attaching

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কোৰোকী · অসমীয়া অভিধান