কোৰোলা
korolā
অৰ্থ
1.
এবিধ নলা মেলি ফুলা ধুনীয়া ফুল আৰু তাৰ গছ
a kind of flower and its tree
বি.
2.
ধান-তুঁহ মিহলি-থকা; অকাঁৰী; পৰলীয়া (চাউল)
coarse and partially cleaned (as rice)
বিণ.
3.
কেইবাবিধো মিহলি ধানৰপৰা হোবা (চাউল)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ