কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমাজবাদীxo.maj.ba.diCommon Noun
সমাজতন্ত্ৰত বিশ্বাস কৰা কোনো দল বা সংগঠনৰ লোক৷
A member of a political party or group that advocates socialism.
- সমাজবিদ্যাxo.maj bid.dyaAbstract Noun
The study of society and social problems
- সমাজসেৱকxo.maj.xe.wokCommon Noun
সমাজসেৱা কৰা ব্যক্তি; যি সমাজৰ দলিত শ্ৰেণীৰ উন্নতিৰ বাবে দিহা-পৰামৰ্শ অথবা সহায় সহযোগ আগবঢ়ায়|
A person who organizes work with a intention to advance the social conditions of a community, and especially of the disadvantaged, by providing psychological counseling, guidance, and assistance, especially in the form of social services.
- সমাজসেৱাxo.maj.xewaAbstract Noun
সমাজৰ ভালৰ বাবে কৰা এক সংহত প্ৰচেষ্টা |
An organized activity to improve the condition of disadvantaged people in society.
- সমাজসেৱীxo.maj.xe.biCommon Noun
সমাজসেৱা কৰা ব্যক্তি; যি সমাজৰ দলিত শ্ৰেণীৰ উন্নতিৰ বাবে দিহা-পৰামৰ্শ অথবা সহায় সহযোগ আগবঢ়ায়|
A person who organizes work with a intention to advance the social conditions of a community, and especially of the disadvantaged, by providing psychological counseling, guidance, and assistance, especially in the form of social services.
- সমাজিকxo.ma.jikAbstract Noun
আমাৰ নিদ্ৰা অৱস্থাত অৱচেতন মনলৈ অহা কিছুমান প্ৰতিচ্ছবি, শব্দ বা অনুভৱ৷ সাধাৰণতে সপোন একোটা ৫ মিনিটৰ পৰা ৪৫ মিনিটলৈকে আমাৰ মনত থাকিব পাৰে৷ সততে আমাৰ মনৰ মাজৰ অপূৰ্ণ আকাঙ্খা আৰু কল্পনাবোৰেই সপোনৰ ৰূপত আমাৰ মনত ভাহি উঠে৷ কোনো জৈবিক পৰিঘটনাৰ ফলত সপোনৰ সৃষ্টি হোৱাৰ ৰহস্য উদঘাটন কৰিব নোৱাৰি যদিও কোনো ঐতিহাসিক ঘ্টনাৰ পৰা ইয়াৰ সৃষ্টি হোৱাৰ কথা ভাবিব পাৰি৷
A series of images, sounds and feelings occurring in the mind during sleep, accompanied with rapid eye movement. Dreams typically last in the range of 5 to 45 minutes. The contents and biological purposes of dreams are not fully understood, though they have been a topic of speculation and interest throughout recorded history. The scientific study of dreams is known as oneirology.
- সমাদৰsamādaraNoun
আদৰ; সম্মান; সত্কাৰ; . সমাদৱত বিণ. আদৰ বা সম্মান পোবা
regard; welcome ; respected; welcome
- সমাধাsamādhāNoun
সম্পাদন; সমাপন; যেনে-"কাম সমাধা কৰিলে"; , সমাধা কৰ্।
the act of performing or accomplishing
- সমাধানsamādhānaNoun
সম্পাদন; সমাপন; যেনে-"কাম সমাধা কৰিলে"; , সমাধা কৰ্।
the act of performing or accomplishing
- সমাধিsamādhiNoun
বাহ্য জ্ঞান এৰি ঈশ্বৰ-চিন্তাত মগ্ন হৈ কৰা উপাসনা; ধ্যান; তন্ময় হৈ কৰা গভীৰ ঈশ্বৰ-চিন্তা
deep mental concentration upon God; deep meditation upon God
- সমাধি স্তম্ভxo.ma.dhi stom.bhoCommon Noun
মৃত ব্যক্তি (সমূহ)ৰ বা যুদ্ধত নিহত হোৱা আৰু আন কৰবাত সমাধিস্থ সৈনিকৰ স্মৃতিত নিৰ্মিত এক সৌধ৷
a monument built in the memory of a person(s) (or soldiers killed in war) burried somewhere else.
- সমাধিভূমিMaterial Noun
মৰা মানুহক পোতা বা সমাধি দিয়া ঠাই ।
The place where people are buried after death.
- সমাধিস্থলxo.ma.dhi.stholMaterial Noun
মৰা মানুহক খৰি দিয়া ঠাই ।
The place where people are burnt after death.
- সমাধিস্থানxo.ma.dhi.sthanMaterial Noun
মৰা মানুহক পোতা বা সমাধি দিয়া ঠাই ।
The place where people are buried after death.
- সমাধ্যক্ষCommon Noun
অধ্যক্ষৰ আসনত যুটীয়াভাৱে অধিষ্ঠিত দুই বা ততোধিক ব্যক্তিৰ এজন
one of two or more individuals who jointly hold the office of the chairman
- সমানsamānaAdjective
সম; তুল্য; একে পৰিমানৰ; সদৱশ
equal; of equal measure; similar
- সমানতাxo.ma.no.taAbstract Noun
এটা আনটোৰ সৈতে একে পৰিমাণ, জোখ বা মূল্যৰ হোৱা
being or having the same quantity, measure or value as another
- সমানুপাতsamānupātaNoun
একতকৈ অধিক অনুপাতৰ সম্বন্ধ (গণিত)
proportion
- সমানোদকsamānodakaNoun
সপিণডৰ পাছৰ চৈধ্য পুৰুষলৈকে তৰ্পণ কৰিব লগীয়া জ্ঞাতি
a conssanguinous kinsman up to the 14th generation, entitled to libations of water
- সমান্তৰ অনুক্ৰমxo.man.tor o.nu.kromAbstract Noun
কিছুমান সংখ্যাৰ এটা অনুক্ৰম৷ ইয়াৰ প্ৰতিটো সংখ্যা পূৰ্বৱৰ্তী সংখ্যাটোৰ লগত এটা সাধাৰণ অন্তৰ যোগ কৰি পোৱা যায়৷
An arithmetic series is the sum of a sequence in which each term is computed from the previous one by adding (or subtracting) a constant