← ফুৰি যাওক

সমাধান

samādhāna

অৰ্থ

1.

সম্পাদন; সমাপন; যেনে-"কাম সমাধা কৰিলে"; , সমাধা কৰ্।

the act of performing or accomplishing

বি.

সমাৰ্থক শব্দ

2.

নিষ্পত্তি; মীমাংসা; প্ৰতিকাৰ।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সমাধান · অসমীয়া অভিধান