সমান
samāna
অৰ্থ
1.
সম; তুল্য; একে পৰিমানৰ; সদৱশ
equal; of equal measure; similar
বিণ.
2.
ওখ-চাপৰ নোহোবা
even
বিণ.
3.
শৰীৰত থকা পঞ্চ বায়ুৰ এক বায়ু; . বি. সমানতা।
one of the vital airs within the body
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ