← ফুৰি যাওক

সমাধি

samādhi

অৰ্থ

1.

বাহ্য জ্ঞান এৰি ঈশ্বৰ-চিন্তাত মগ্ন হৈ কৰা উপাসনা; ধ্যান; তন্ময় হৈ কৰা গভীৰ ঈশ্বৰ-চিন্তা

deep mental concentration upon God; deep meditation upon God

বি.

2.

কবৰ; মৰিশালি

grave

বি.

3.

গভীৰ চিন্তা বা ভাবনা; যেনে-"ৰাত্ৰি দিনে মন: কৈত পাইবো ধন: এহি সমাধিতে যায়" (শ্ৰীকৱষ্ণগীতা); . সমাধিস্হ বিণ. সমাধিত মগ্ন হোবা; একেবাৰে ধ্যানত তন্ময় হোবা।

deep or anxious thought; contemplation ; absorbed in self-forgetting deep contemplation

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ