কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চন্ক্cankIntransitive verb
অলপকৈ ফাট্; ফাট মেল্; যেনে-"চৰুৰ কাণটো অলপ চনকিলে"
to crack
- চন্দলিয়াTransitive verb
ভাঙি বহলাই পেলা; ফালি লুটিয়াই ভিতৰৰ ফাল বাজ কৰ্
to break open and turn inside out
- চন্দিয়াcandiẏāTransitive verb
নেউঠিবৰ কাৰণে কপাহৰ জোলা দাঁৰেৰে ফঁহিয়াই আঁহবোৰ দীঘল কৰ্
to draw out the fibres (as of cottom preparatory to ginning)
- চন্দুৱা পৰ্son.do.wa porVerb-Intran.
লজ্জা অনুভৱ কৰ্
to be abashed; to feel ashamed or embarrassed
- চপক্ চপক্ শব্দ কৰ্so.pok so.pok xob.do korVerb-Intran.
পানী, বোকা আদিত কিবা ছিটিকিওৱা বা শোহাৰ নিচিনা শব্দ কৰ
to make a wet sucking or splashing sound (on water, mud etc)
- চপকৰেcapakareAdverb
শীঘ্ৰে; বেগাই; যেনে-"অতি আড়ম্বৰে চলে চপকৰে চতুৰঙ্গ দলে সাজি" (ৰুক্মিণী-হৰণ)
quickly
- চপাcapāTransitive verb
গোট খুবা; একেলগ কৰ্; একেঠাই কৰ্
to gather; to collect together
- চপাই আন্so.pai anVerb-Trans.
কিবা বস্তুক নিজৰ গাৰ ফালে টানি আন্
to draw back or in sth
- চপাই কাট্capāi, kāṭTransitive verb
মাটিৰ ওচৰতে বা গুৰিতে কাট্
to cut close to the root
- চপাই লco.pai loVerb-Trans.
কোনো অনুষ্ঠান বা আন কিহবাত উপস্থিত থাকিবলৈ, যোগদান কৰিবলৈ বা অংশ ল’বলৈ (কথিত বা লিখিত) অনুৰোধ কৰ্।
to request (spoken or written) to participate or be present or take part in something.
- চপ্চপ্ কৰে, চপ্চপ্কৈAdverb
খাওঁতে পিওঁতে ওঁঠেৰে শব্দ কৰি
making a sound with the lips when eating or drinking
- চপৰা-চপৰেAdverb
এচপৰা এচপৰা কৰি; ডোখৰ ডোখৰ কৰি
clod by clod; piece by piece
- চপৰিয়াcapariẏāTransitive verb
চাপৰ বা চাপৰি মাৰ্; হাতৰ তলুবাৰে আঘাত কৰ্; হাতৰ তলুবাই তলুবাই আঘাত কৰ্; . কৱদ্ চপৰিয়াওঁতা চাপৰ মাৰোঁতা; চপৰিওবা পুৰুষ
to strike with the open hand; to slap; to clap ; a man who slaps
- চফা কৰ্so.pha korVerb-Trans.
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
to remove dirt or impurities
- চবিয়াcabiẏāTransitive verb
'ব'ঠাৰে পানী আঁকোবাল্
to row
- চবুৰ কৰ্so.bur korVerb-Intran.
to remain inactive or in a state of repose, as until something expected happens
- চবুৰ্Intransitive verb
to wait
- চমকcamakaNoun
অকস্মাৎ হোবা খন্তেকীয়া পোহৰ; জিলিকনি
a flesh of light
- চমকা-চমকেAdverb
এচমকা এচমকা কৰি; এচমকাৰ পাছত আন চমকাকৈ
handful by handful
- চমজাsom.jaVerb-Trans.
বিশ্বাস বা ভাৰষা কৰি কোনো বস্তু বা দায়িত্ব আনক দে।
to hand over something in good faith or confidence.