← ফুৰি যাওক

চমক

camaka

অৰ্থ

1.

অকস্মাৎ হোবা খন্তেকীয়া পোহৰ; জিলিকনি

a flesh of light

বি.

2.

বিজুলী; যেনে-"নব ঘন জৈছে চমকে জড়িত" (ভটিমা)

lightning

বি.

3.

উচাপ; চঁক

sudden fright

বি.

4.

চমক খা; উচাপ খা; চক খা

to startle

অক. ধা.

5.

চকমকা; চকুত ধৰ্

to dazzle

বি.

6.

জিলিক্; তিৰবিৰ কৰ

to glitter

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ