কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সামুদ্ৰিকsāmudrikaAdjective
মানুহৰ হাতৰ আঁকবিলাক বা গাৰ জ-চিন (তিল মাহ) চাই শুভাশুভ গণনা কৰা বিদ্যা
palmistry; the practice of telling fortune by the birth marks
- সামূহিকxa.mu.hikProper Adj.
ৰাইজৰ অধিকাৰ থকা অথবা ৰাইজৰ লগত সম্পৰ্ক থকা ৷
Of or pertaining to the people; belonging to the people; relating to, or affecting, a nation, state, or community.
- সাম্প্ৰতিকsāmpratikaAdjective
চলিত; বৰ্ত্তমান; আধুনিক
modern
- সাম্প্ৰদায়িকsāmpradāẏikaAdjective
কোনো সম্প্ৰদায়ত ভুক্ত; বিশেষ সম্প্ৰদায়-সম্পৰ্কীয়
sectarian; belonging to a sect
- সাম্ফলsāmphalaAdjective
সফল।
- সাম্বৎসৰিকsāmbatsarikaAdjective
বছৰত এবাৰ হোবা বা কৰা; বছৰেকীয়া
annual; occurring or performed once in a year
- সাম্ৰাজ্যবাদীxa.mra.jyo.ba.diProper Adj.
এখন দেশৰ ভূখণ্ড অথবা অৰ্থনৈতিক প্ৰভাৱ বিস্তাৰ কৰা কাৰ্য্যৰ সমৰ্থন কৰা মতবাদ সংক্ৰান্তীয় অথবা তাৰ সৈতে জড়িত
of or relating to the doctrine of expanding the territory or the economic influence of a country
- সাময়িকsāmaẏikaAdjective
উচিত বা উপযুক্ত সময়ত হোবা
timely; reasonable
- সামৰণীxa.mo.ro.niProper Adj.
সম্ভাৱ্য আটাইতকৈ শেষ অৱস্থা
The last possible end or conclusion
- সামৰিকsāmarikaAdjective
সমৰ-সম্বন্ধীয়; যুদ্ধৰ
martial; relating ; to war
- সামৰ্থ্যহীনxa.mor.tho.hinProper Adj.
কোনো কাম কৰাৰ ক্ষমতা নথকা, কৰিবলৈ সমৰ্থ নোহোৱা
not capable of doing something
- সালঙ্কৃতxa.long.kritVerbal Adj.
অলঙ্কাৰ অথবা শুৱনি বস্তু খটাই ধুনীয়া কৰা।
beautified by decorative items.
- সালঙ্কৱতsālaṅkawataAdjective
অলঙ্কাৰেৰে ভূষিত; সুসজ্জিত; . স্ত্ৰী সালঙ্কৱতা।
deco-rated with ornaments; well dressed
- সাস্থ্যকৰxa.sa.thyo.korProper Adj.
Suitable for a better health
- সাহ-নাইকিয়াxah-nai.ki.yaProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- সাহ-শূন্যxah-xu.nyoProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- সাহজিকsāhajikaAdjective
অভ্যস্ত; লাগি থকা; সহজ থকা
habitual
- সাহসহীনxa.hox.hinProper Adj.
মেৰুদণ্ড নথকা, অৰ্থাৎ সাহস বা দৃঢ়তা নথকা
without a spine, lacking in firmness or courage
- সাহসিকxa.ho.xikProper Adj.
বিপদ বা ভয়ৰ সন্মুখীন হ’ব বা মোকামিলা কৰিব পৰা সামৰ্থ্য থকা
able to face and deal with danger or fear
- সাহসীxa.ho.xiProper Adj.
বিপদ বা ভয়ৰ সন্মুখীন হ’ব বা মোকামিলা কৰিব পৰা সামৰ্থ্য থকা
able to face and deal with danger or fear