সামৰিক
sāmarika
অৰ্থ
1.
সমৰ-সম্বন্ধীয়; যুদ্ধৰ
martial; relating ; to war
বিণ.
2.
সমৰোপযোগী; ৰণত লগা; যেনে-"সামৰিক বাদ্য"
used in war
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
sāmarika
সমৰ-সম্বন্ধীয়; যুদ্ধৰ
martial; relating ; to war
বিণ.
সমৰোপযোগী; ৰণত লগা; যেনে-"সামৰিক বাদ্য"
used in war
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ