← ফুৰি যাওক

সাময়িক

sāmaẏika

অৰ্থ

1.

উচিত বা উপযুক্ত সময়ত হোবা

timely; reasonable

বিণ.

2.

নিৰ্দিষ্ট সময়ত হোবা বা ঘটা

periodical

বিণ.

3.

অলপ সময় থকা; ক্ষণস্হায়ী

temporary

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সাময়িক · অসমীয়া অভিধান