← ফুৰি যাওক

সামুদ্ৰিক

sāmudrika

অৰ্থ

1.

মানুহৰ হাতৰ আঁকবিলাক বা গাৰ জ-চিন (তিল মাহ) চাই শুভাশুভ গণনা কৰা বিদ্যা

palmistry; the practice of telling fortune by the birth marks

বিণ.

2.

সমুদ্ৰ-সম্বন্ধীয়; সাগৰৰ

relating or belonging to the sea

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সামুদ্ৰিক · অসমীয়া অভিধান