কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অধ্যয়নপুষ্টodho.yon.pus.toProper Adj.
বহু কিতাপ অধ্যয়ন কৰা আৰু তাৰ ফলত যথেষ্ট জ্ঞান অৰ্জা
having read many books and therefore having gained a lot of knowledge
- অধ্যয়নশীলo.dhyon.xilProper Adj.
পঢ়া-শুনাত আগ্ৰহী, অনুৰক্ত আৰু এই বিষয়ত যথেষ্ট সময় কটোৱা ব্যক্তি
devoted to study; spending a lot of time studying and reading
- অধ্যৱসায়ীo.dhyo.wo.xa.yiProper Adj.
অসুবিধা স্বত্ত্বেও কোনো কাম কৰাৰ দৃঢ়তা থকা, বিশেষকৈ যেতিয়া আনসকলে বিৰোধিতা কৰে আৰু ভাবে যে আপুনি আমনিদায়ক আৰু আপোনাৰ স্থিতি অযুক্তিকৰ
having determination to do something in spite of difficulties, especially when other people are against you and think that your are being annoying and unreasonable
- অধৰমীAdjective
অধৰ্ম্মী।
- অধৰ্তব্যadhartabyaAdjective
ধৰিব নলগা; ধৰিবৰ অযোগ্য; সামান্য
trifle; not fit for consideration; negligible
- অধৰ্ত্তব্যadharttabyaAdjective
ধৰিব নলগা; ধৰিবৰ অযোগ্য; সামান্য
trifle; not fit for consideration; negligible
- অধৰ্মী
ধৰ্ম্মত নচলা লোক; পাপী; অন্যায়কাৰী
vicious or sinful man; injurer
- অধৰ্ম্মী
ধৰ্ম্মত নচলা লোক; পাপী; অন্যায়কাৰী
vicious or sinful man; injurer
- অনক্ষৰanakṣaraAdjective
নিৰক্ষৰ; আথৰ নিচিনা; লিখা-পঢ়া নজনা; মূৰ্খ
unlettered; illiterate; ignorant
- অনগ্ৰসৰo.no.gro.xorProper Adj.
শিক্ষা-দীক্ষা আৰু আৰ্থিকভাৱে পিচপৰি থকা |
Having made less than normal progress both economically and literally.
- অনঘanaghaAdjective
নিষ্পাপ; নিৰ্দ্দোষ; পবিত্ৰ; নিষ্কলঙ্ক
sinless; faultless; pure; spotless
- অনঙ্গanaṅgaNoun
কন্দৰ্প; কামদেব
Cupid
- অনজ্ঞo.no.gyoProper Adj.
যাৰ শিক্ষা অথবা জ্ঞানৰ অভাৱ।
Lacking education or knowledge.
- অনতিক্ৰম্যo.no.to.kro.myoProper Adj.
যি স্থানলৈ সহজে যাব নোৱাৰি বা যাবলৈ অসুবিধা
that can not be traversed or difficult to reach
- অনধিকo.no.dhikProper Adj.
তেনেই কম পৰিমাণৰ; নিচেই কম৷
in very small quantity
- অনধিকাৰীAdjective
স্বত্ব, ক্ষমতা বা যোগ্যতা নথকা
devoid of right, power or fitness
- অনধিকৃতo.no.dhi.kri.toVerbal Adj.
অধিকাৰ বা দখল নকৰা
not possessed or occupied
- অনধিগম্যo.no.dhi.go.myoProper Adj.
যিহক বুজিবলৈ টান, তেনে ।
Difficult to be known or understand.
- অননুকৰণীয়o.no.nu.ko.ro.ni.yoProper Adj.
অনুকৰণ বা প্ৰতিলিপি কৰাৰ অসমৰ্থ ৷
incapable of being imitated or copied.
- অননুবাদ্যo.no.nu.ba.dyoAdjective Adj.
আন ভাষালৈ অনুবাদ বা ভাঙনি কৰিব নোৱৰা বা কৰিলেও মূলৰ কাষ চাপিবলৈ অসুবিধা হোৱা কবিতা আদিৰ শাৰী৷ যেনেঃ ’তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ’ বা ’নখে মাটি লেখা খোজে তলমূৰ হৈ নুফুৰিবা পৃথিৱীত পখিলা নেচাই’৷
piece of writing especially poetry etc. which cannot be translated to another language.