← ফুৰি যাওক

অনঘ

anagha

অৰ্থ

1.

নিষ্পাপ; নিৰ্দ্দোষ; পবিত্ৰ; নিষ্কলঙ্ক

sinless; faultless; pure; spotless

বিণ.

2.

শিব; বিষ্ণু।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অনঘ · অসমীয়া অভিধান