অনঙ্গ
anaṅga
অৰ্থ
1.
কন্দৰ্প; কামদেব
Cupid
বি.
2.
আকাশ; মন; বতাহ
sky; air; mind
বি.
3.
কাম- ভাব; পুৰুষ-তিৰোতাৰ সহবাসৰ ইচ্ছা
বি.
4.
অঙ্গহীন; দেহ নথকা
bodyless
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
anaṅga
কন্দৰ্প; কামদেব
Cupid
বি.
আকাশ; মন; বতাহ
sky; air; mind
বি.
কাম- ভাব; পুৰুষ-তিৰোতাৰ সহবাসৰ ইচ্ছা
বি.
অঙ্গহীন; দেহ নথকা
bodyless
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ