কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কোনোৰূপেko`.no`.ru.peAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- কোন্ধাTransitive verb
(কোনো বস্ত্ত সাজিবলৈ চিন দি ল বা তাৰ আকৱতি মাখোন কৰ্; অসম্পূৰ্ণৰূপে প্ৰস্ত্তত কৰ্
to sketch; to make an outline of
- কোপ-মনেAdverb
খং মনে; খঙেৰে।
- কোপদৃষ্টিko`.po.dris.tiVerbal Noun
খং বা বিৰক্তি প্ৰকাশ কৰোঁতে চেলাউৰি কোঁচ খোৱা কাৰ্য্য |
A facial expression of dislike or displeasure.
- কোব মাৰ্ko`b marVerb-Trans.
কাৰোবাক আঘাত কৰাৰ উদ্দেশ্যে হঠাতে বল প্ৰয়োগ কৰা।
To apply sudden force with a intention of causing harm.
- কোবত-কোবেkobata-kobeAdverb
দোপত-দোপে; ক্ৰমে এখাপৰপৰা ওপৰ খাপলৈ
step by step; gradually
- কোবাkobāTransitive verb
কোব মাৰ্; এছাৰিৰে আঘাত কৰ্
to strike; to whip
- কোবাকুবিকৈko`.ba.ku.bi.koiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- কোবেৰেko’.be.reAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- কোমলkomalaAdjective
নৰম; ঢিলা
soft
- কোমলকৈko`.mol.koiAdverb
অলপীয়াকৈ আৰু লাহে লাহে
In a manner that is pleasing to the senses; with low volume.
- কোমলা ঢিলাTransitive verb
বা কোমল কৰ্
to soften
- কোলাকুলিVerbal Noun
দুই হাতেৰে মেৰাই বুকুত হেঁচা মাৰি ধৰি মৰম-চেনেহ প্ৰকাশ কৰা কাৰ্য্য।
an act or instance of taking or clasping in the arms; pressing to the bosom.
- কোলাত লVerb-Trans.
to take in, to carry on the lap
- কোৰkoraNoun
কোদাল; মাটি খনা অস্ত্ৰ
a hoe
- কোৰাkorāNoun
কনাৰি লগাই চাইটা বা আঠোটা মানুহে কানত কৰি দাঙি নিব পৰা বা এটা ম'হে টানি নিব পৰা এডাল কাঠ
a log of wood which can be carried on shoulders by four or eight men or can be dragged by one buffalo
- কোৰাল্korālTransitive verb
কঁটাল্।
- কোৰোক কৰ্ko`.ro`k korVerb-Trans.
Take possesion of forcibly or by legal power
- কোৰোক্korokTransitive verb
ঘোঁক্; ৰোক্
to scoop out
- কোৱাko`.waCommon Noun
ক’লা বৰণৰ এক সাধাৰণ চৰাই
a black colored common bird