কোৰা
korā
অৰ্থ
1.
কনাৰি লগাই চাইটা বা আঠোটা মানুহে কানত কৰি দাঙি নিব পৰা বা এটা ম'হে টানি নিব পৰা এডাল কাঠ
a log of wood which can be carried on shoulders by four or eight men or can be dragged by one buffalo
বি.
2.
আন মানুহৰ হতুবাই কোৰ মৰা বা কোৰেৰে খনা
to cause to be hoed
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ