← ফুৰি যাওক

কোৰ

kora

অৰ্থ

1.

কোদাল; মাটি খনা অস্ত্ৰ

a hoe

বি.

2.

কোৰেৰে খান্ বা চষিয়া

to hoe

সক. ধা.

3.

ৰোগ; ব্যাধি; নৰিয়া

disease; illness

বি.

4.

বাটি আদিৰ ঘূৰণীয়া দাঁতি বা কাণ; যেনে -"কঁহাৰে কোৰ ঘঁহিছে"

the edge (said of a cup, etc.)

বি.

5.

ফুলৰ কলি

a flower bud

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কোৰ · অসমীয়া অভিধান