← ফুৰি যাওক

কোমল

komala

অৰ্থ

1.

নৰম; ঢিলা

soft

বিণ.

2.

কৰ্কশ নোহোবা; মৱদু

mild; not harsh

বিণ.

3.

শীতল; সুখ লগোবা (বতাহ)

agreeable

বিণ.

4.

পূৰঠ বা পৈণত নোহোবা

tender

বিণ.

5.

ঢিলা হ; নৰম হ

to become soft or tender

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ