কোবা
kobā
অৰ্থ
1.
কোব মাৰ্; এছাৰিৰে আঘাত কৰ্
to strike; to whip
সক. ধা.
2.
ঘৰৰ বেৰ হেঁচা মাৰি ধৰি ৰাখিবৰ কাৰণে খুঁটাত বান্ধি দিয়া থিয় শকত কামী
a perpendicular strip of bamboo which holds fast a wall to a post of the house
বি.
3.
ঢোলৰ মাৰিৰে বজোবা মূৰ বা ফাল
the end of a drum which is played on by a stick
সক. ধা.
4.
মতা কাউৰী
a male crow
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ