কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুনkhunaNoun
মানুহ বধ কৰা কাৰ্য্য; হত্যা; ঘাতন
a murder
- খুনীNoun
খুন কৰা মানুহ; হত্যাকাৰী
a murderer
- খুন্তিkhuntiNoun
ৰান্ধোতে ভজা বস্ত্ত লৰোবা আগ-চেপেটা পাগ-মাৰি
a paddle-shaped implement for stirring dry things when cooking or frying
- খুন্দনাkhundanāNoun
কোনো বস্ত্ত খুন্দা উৰালৰ সদৱশ কিন্ত্ত তাতকৈ সৰু কাঠ বা লোৰ যতন
a mortar in which substances are pounded with a pestle
- খুন্দনা মাৰিkhin.do.na ma.riMaterial Noun
কাঠ বা লোৰে নিৰ্মিত মাৰি, যাৰ সহায়ত গোটা বস্তু পটা বা উৰালত খুন্দি গুড়ি কৰা হয়।
A stick made of wood or iron, that is used to transfer pressure from users' arms to the materials to be pulverized in a mortar
- খুন্দা ধঁপাতkhun.da dho~.patMaterial Noun
বাঁহৰ চুঙাত খুন্দি ভৰোৱা লালীত লেটিওৱা শুকান পাত ধঁপাত ৷
Dried tobacco leaves dipped in jaggery and stuffed tightly in bamboo containers.
- খুন্দা-ধঁপাতkhundā-dham̐pātaNoun
ধঁপাতৰ পাত লেৰেলাই বাঁহৰ চুঙাত ঠাহি ঠাহি খুন্দি সুমাই থোবা মুখত খোবা ধঁপাত
tobacco leaf preserved in bamboo chungas or tubes for use with betel-nut
- খুন্দা-ভজাkhundā-bhajāNoun
ঠেলা-ঠেলি বা আঘাতৰপৰা পোবা দুখ-কষ্ট; অনেক ঠাইত নিৰাশ হৈ পোবা কষ্ট
distress; disappointment
- খুন্দাই-লাখুটিkhundāi-lākhuṭiNoun
চুটি-চাপৰ কিন্ত্ত শকত আৰু আটিল মানুহ
short but stout and hardy
- খুন্দিয়া-খুন্দিNoun
পৰস্পৰ বা এজনে আনজনক খুন্দা মৰা কাৰ্য্য
mutual bumping or striking
- খুন্বাওkhunbāoNoun
নগাৰ ডাঙৰ বা প্ৰধান লোক
a Naga chief
- খুপিkhupiNoun
সৰু খোটালি; খুপৰি
a small dark room
- খুপৰিkhupariNoun
ভালকৈ পোহৰ নপৰা খোটালি; খোঁক
a small darkroom
- খুবলিkhubaliNoun
গাঁৰিশলি; ঢেঁকীৰ ধান বনা, শস্য খুন্দা শিল বা কাঠৰ খোৰোং বা খোলনি
a block of wood or stone with hole on one side for pounding or clearing rice with the pestle
- খুবা-খুবীAbstract Noun
বিয়াৰ তিনিদিনৰ দিনা নতুন দম্পতীৰ মঙ্গলৰ বাবে পতা এক অনুষ্ঠান
A function or ritual organized on the third day of the marriage
- খুবান-ধুবানkhubāna-dhubānaNoun
খুউবা-ধুউবা; আলৌ-উঠৌ কৰা আৰু শোধপোছ কৰি ঘাব-ব'বলৈ দি কৰা শুশ্ৰুষা; যেনে-"দক্ষিণপাটত খুবান-ধুবান ৰং-ঢং সকলো কিছু বাঢ়িল"
entertainment; hospitality
- খুমkhumaNoun
কোনো কাৰ্য্য কৰিবলৈ থকা ক্ষমতা; পাৰ্গতালি
ability
- খুম-খেদাkhuma-khedāNoun
এবিধ ল'ৰাই খেলা ধেমালি।
- খুমতাkhumatāNoun
চিকুট; দুই নখেৰে মৰা চেপা
pinch
- খুমুচিkhumuciNoun
নাগেৰা বা তবলাৰ আকৱতিৰ এবিধ ছালেৰে ছোবা এমুখীয়া বাদ্য
a kind of one-faced drum of conical shape