← ফুৰি যাওক

খুবান-ধুবান

khubāna-dhubāna

অৰ্থ

1.

খুউবা-ধুউবা; আলৌ-উঠৌ কৰা আৰু শোধপোছ কৰি ঘাব-ব'বলৈ দি কৰা শুশ্ৰুষা; যেনে-"দক্ষিণপাটত খুবান-ধুবান ৰং-ঢং সকলো কিছু বাঢ়িল"

entertainment; hospitality

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খুবান-ধুবান · অসমীয়া অভিধান