খুম
khuma
অৰ্থ
1.
কোনো কাৰ্য্য কৰিবলৈ থকা ক্ষমতা; পাৰ্গতালি
ability
বি.
2.
জন্ত্তৰ কপালৰ উঠঙা; ঠুম
the prominent part of the fore-head of an animal
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ