← ফুৰি যাওক

খুবলি

khubali

অৰ্থ

1.

গাঁৰিশলি; ঢেঁকীৰ ধান বনা, শস্য খুন্দা শিল বা কাঠৰ খোৰোং বা খোলনি

a block of wood or stone with hole on one side for pounding or clearing rice with the pestle

বি.

2.

খুবলিত এবাৰ দি বানিবৰ বা খুন্দিবৰ পৰিমাণ (ধান)

a quantity sufficient to clean or crush at a time on the mortar

বি.

3.

বৰ বা সৰু তালৰ সোঁ মাজত থকা টেমুনা বা বেঁটু

the protuberance or prominence of a cymbal

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খুবলি · অসমীয়া অভিধান