কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সহায়কৰোতাxo.hai.ko.ro’.taProper Adj.
কাম কৰি থকা মানুহক হাথিয়াৰ বা বস্তু-বাহানি যোগাই সহায় কৰা ব্যক্তি
one who helps by supplying tools and materials to a worker during work
- সহায়হীনxo.hay-hinProper Adj.
ৰক্ষা বা সহায়ৰ আশা নোহোৱা হৈ যোৱা |
Lacking help or protection, having no way.
- সহিংসxo.hing.xoProper Adj.
অতি তীব্ৰ আৰু প্ৰবল
Marked by intensity and extreme force
- সহিষ্ণুsahiṣṇuAdjective
সহি থাকিব পৰা; সহনশীল; ধৈৰ্য্য ধৰি থাকিব পৰা; . বি. সহিষ্ণুতা সহিব পৰা গুণ বা স্বভাব।
patient; enduring
- সহৃদয়xo.hri.doyProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- সহোদৰsahodaraAdjective
একে মাকৰপৰা ওপজা
born of the same mother
- সহ্যsahyaAdjective
সহিবৰ যোগ্য; সহিব পৰা
bearable; tolerable
- সহ্যকৰxo.jyo.korVerbal Adj.
সহিবৰ যোগ্য বা সহিব পৰা।
capable of being endured or tolerated.
- সহ্যাতীতProper Adj.
সহিব নোৱৰা ধৰণৰ
Too painful to experience
- সহৱদয়sahawadaẏaAdjective
সৎ অন্তঃকৰণ থকা; সৎ ভাবৰ
good-hearted; magnanimous
- সহৱৰ্তীxo.ho.wor.tiProper Adj.
একে সময়তে হোৱা বা থকা৷
existing, occurring, or living at the same time; belonging to the same time
- সাঁচতীয়াxa~.so.ti.yaVerbal Adj.
ভৱিষ্যতৰ কাৰণে সাঁচি থোৱা (ধন বা সম্পদ)
(money or wealth) kept or spared for future
- সাঁচিপতীয়াxa~.si.po.ti.yaProper Adj.
সাঁচিপাতত লিখা (পুথি)৷
written on the bark of the Sanchi tree.
- সাংsāmAdjective
অন্ত; ওৰ; শেষ
finished; ended
- সাংকেতিকxang.ke.tikProper Adj.
সংকেত সম্পৰ্কীয়
related to symbols or signals
- সাংখ্যিকxang.khyikProper Adj.
সংখ্যা সম্পৰ্কীয়
related to numbers, like value of a parameter expressed in numbers.
- সাংগীxang.giProper Adj.
শাৰীৰিক ৰূপ থকা, সকলোৰে আগত প্ৰকাশ হোৱা৷
embodied in flesh; having taken human form(of God, the devil etc).
- সাংগীতিকxang.gi.tikProper Adj.
সংগীত সম্বন্ধীয় বা সংগীতৰ সৈতে জড়িত
of, pertaining to, or producing music
- সাংঘাতিকsāṅghātikaAdjective
"সাঙ্ঘাতিক" চোবাঁ।
- সাংবাদিকsāmbādikaAdjective
সংবাদ-সম্বন্ধীয়। বি. সংবাদ-পত্ৰৰ কাম কৰোঁতা; . সাংবাদিক-সম্মিলন
journalist ; press conference