← ফুৰি যাওক

সহায়কৰোতা

xo.hai.ko.ro’.ta

অৰ্থ

1.

কাম কৰি থকা মানুহক হাথিয়াৰ বা বস্তু-বাহানি যোগাই সহায় কৰা ব্যক্তি

one who helps by supplying tools and materials to a worker during work

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সহায়কৰোতা · অসমীয়া অভিধান