← ফুৰি যাওক

সহৱদয়

sahawadaẏa

অৰ্থ

1.

সৎ অন্তঃকৰণ থকা; সৎ ভাবৰ

good-hearted; magnanimous

বিণ.

2.

মৰমিয়াল; দয়ালু

compassionate

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সহৱদয় · অসমীয়া অভিধান