← ফুৰি যাওক

সহোদৰ

sahodara

অৰ্থ

1.

একে মাকৰপৰা ওপজা

born of the same mother

বিণ.

2.

একে মাকৰপৰা ওপজা ভাই ৰা ককাই; . স্ত্ৰী. সহোদৰা।

brother of the same mother

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সহোদৰ · অসমীয়া অভিধান