কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বপনbapanaNoun
গুটি জোওবা কাৰ্য্য।
- বপুbapuNoun
শৰীৰ
the body
- বপুৰাbapurāNoun
পুতৌ কৰিব লগা বা প্ৰকাশ কৰি মানুহক মতা মাত; বেচেৰা
a word expressing pity or sympathy
- বপ্ৰক্ৰীড়াbaprakrīṛāNoun
খুম-মৰা; ধুম; হাতীয়ে দাঁতেৰে, গৰু আদিয়ে শিঙেৰে মাটি খান্দি কৰা খেল।
- ববচাbabacāNoun
ঔষধত ব্যবহাৰ হোবা এবিধ সৰু বন
a kind of grass which generally grows in open land
- ববিনbo.binMaterial Noun
সূতা (বা তাঁৰ) মেৰিয়াই ল’বলৈ ব্যৱহাৰ কৰা দুয়োফালে ওখ আৰু মাজতে চিয়াঁ চুঙাকৃতিৰ আহিলা ৷
A bobbin is a spindle or cylinder, with flanges, on which wire, yarn, thread or film is wound.
- ববৌbo.bouCommon Noun
পিতৃৰ ককায়েকৰ ভাৰ্যা ।
Wife of father's elder brother
- বব্ৰুবাহনbabrubāhanaNoun
মণিপুৰৰ ৰজা; অৰ্জ্জুনৰ পুতেক; চিত্ৰাঙ্গদাৰ পুতেক
a son of Arjuna by his wife Chitrāngadā
- বভ্ৰৱীbo.bhro.wiProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- বমbamaNoun
জন্ত্তবে টনা গাড়ীৰ ধুৰাৰ দুমুৰে চকাৰ ওপৰত বহুবাই দিয়া দীঘল বাঁহ বা কাঠ দুডাল
the shaft of a cart
- বমনbamanaNoun
বঁতিওবা কাৰ্য্য; বমি কৰা কাৰ্য্য
the act of vomitting
- বমাbamāNoun
জন্ত্তবে টনা গাড়ীৰ ধুৰাৰ দুমুৰে চকাৰ ওপৰত বহুবাই দিয়া দীঘল বাঁহ বা কাঠ দুডাল
the shaft of a cart
- বমিbamiNoun
বাঁতি
vomit
- বম্bamNoun
শিবক সম্বোধন কৰি মতা মাত
a sound uttered when addressing the god Śiva
- বম্-গোলাbam-golāNoun
ভিতৰত জুই লগা বস্ত্ত থকা তোপেৰে মৰা ফোঁপোলা ডাঙৰ গুলী
bomb ; a bomb or bomb-shell
- বম্-ফটকাৰbam-phaṭakāraNoun
ফাটিলে বৰকৈ বম্ শব্দ কৰা ডাঙৰ বিধৰ ফটকাৰ
a large squib
- বলbalaNoun
ঘৰৰ চালত উঠিবলৈ খোপ কটা বাঁহৰ চুটী জখলা
a short bamboo ladder
- বল ভ্ৰামকbol bhra.mokAbstract Noun
কোনো ঘূৰণ অক্ষ সাপেক্ষে বলৰ ক্ৰিয়া ৰেখাৰ পৰা অক্ষৰ লম্ব দূৰত্ব আৰু বল ভেক্টৰৰ পূৰণফল।
the product of a focre vertor applied to a rotating axis and the perpenticular distance from the axis of rotation to the point of application of the force.
- বল-বিয়েৰিংNoun
বল-বিয়েৰিং
বল-বিয়েৰিং
- বলকনিbo.lo.ko.niAbstract Noun
বলিয়াৰ দৰে কোৱা অসংলগ্ন, অৰ্থহীন কথা, আবৰি-বিবৰি৷
words without specific meanings, uttered by a crazy person