← ফুৰি যাওক

বল ভ্ৰামক

bol bhra.mok

অৰ্থ

1.

কোনো ঘূৰণ অক্ষ সাপেক্ষে বলৰ ক্ৰিয়া ৰেখাৰ পৰা অক্ষৰ লম্ব দূৰত্ব আৰু বল ভেক্টৰৰ পূৰণফল।

the product of a focre vertor applied to a rotating axis and the perpenticular distance from the axis of rotation to the point of application of the force.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বল ভ্ৰামক · অসমীয়া অভিধান