← ফুৰি যাওক

বল

bala

অৰ্থ

1.

ঘৰৰ চালত উঠিবলৈ খোপ কটা বাঁহৰ চুটী জখলা

a short bamboo ladder

বি.

2.

পৰাক্ৰম; শক্তি; জোৰ; ক্ষমতা

strength; force; power

বি.

3.

সৈন্য; যেনে-"সৎ কপিবলঃ সহিতে ৰাঘবে; হৰিষে লঙ্কা চাহন্ত" (মা. ক., লঙ্কাকাণ্ড)

an army

বি.

4.

উদ্গনি; উৎসাহ

encouragement

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ