বম
bama
অৰ্থ
1.
জন্ত্তবে টনা গাড়ীৰ ধুৰাৰ দুমুৰে চকাৰ ওপৰত বহুবাই দিয়া দীঘল বাঁহ বা কাঠ দুডাল
the shaft of a cart
বি.
সমাৰ্থক শব্দ
2.
লোহাৰ বুৰণীয়া গোলাত কলাই খাৰ, গুলী আদি ভৰোবা আৰু দূৰৈলৈ মাৰি পঠিয়ালে ফুটি মানুহ আদি হানি কৰা এবিধ ডাঙৰী গুলী।
bomb
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ