← ফুৰি যাওক

বম্

bam

অৰ্থ

1.

শিবক সম্বোধন কৰি মতা মাত

a sound uttered when addressing the god Śiva

বি.

2.

গালবাদ্য; গাল ওফোন্দাই আঙুলিবে আঘাত কৰি তোলা শব্দ।

বি.

3.

ভিতৰত জুই লগা বস্ত্ত থকা তোপেৰে মৰা ফোঁপোলা ডাঙৰ গুলী

bomb ; a bomb or bomb-shell

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ