কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কেৰেপ কৰ্ke.rep korVerb-Trans.
মনোযোগ প্ৰকাশ কৰ্ বা বিশেষভাৱে গ্ৰাহ্য কৰ্ (সাধাৰণতে নেতিবাচক অৰ্থত ব্যৱহাৰ হয়); যেনেঃ সি মোৰ কথা কেৰেপকে নকৰে
to be concerned or have a special preference (usually used in negative constructions); e.g. I don't care
- কেৰ্জেৰাIntransitive verb; Adjective
কেৰ্জৰীয়া।
- কেৱাৰVerbal Noun
দাসে কৰাৰ দৰে কঠোৰ শাৰীৰিক পৰিশ্ৰম
Hard physical work similar to the one done by a slave.
- কৈ-মেলি চাkoi-me.li saVerb-Trans.
কোনো বিষয়ৰ সত্যতা বা যথাৰ্থতা সম্পৰ্কে বুজা বা সমৰ্থন আদায় কৰ্।
make (someone) agree, understand, or realize the truth or validity of something.
- কৈছনkaichanaAdjective
কেনেকুবা; কি ৰকম; যেনে -"গোবাৰিণী কৈছন কলঙ্ক হামাৰি" (বৰগীত)
of what kind
- কৈছেkaicheAdverb
কেনেকৈ; কি কাৰণে; যেনে -"কঠিন বচনেঃ হৰলি চেতনঃ কৈছে কৰসি নৈৰাশ" (বৰগীত)
how
- কৈফিয়ত্ দেkoi.phi.yot deVerb-Trans.
কোনো এটা কাম কিয় কৰা হ`ল সেই বিষয়ে যুক্তি দে
to explain why something has been done
- কৈফিয়ৎ দেkoi.fi.yot deVerb-Trans.
কোনো কাম কিয় কৰা হৈছে তাক যুক্তিৰে ব্যাখ্যা কৰা৷
to explain with reason why an action has been taken.
- কৈসানkaisānaAdverb
কেতিয়া
when
- কৈসানিkaisāniAdverb
কেতিয়া
when
- কৈৰাkairāNoun
কইৰ; হঁয়কলী; যেনে-"কৈৰা মৈৰা কুকুৰা চটকে আছে লেখি" (বব্ৰুবাহনৰ যুদ্ধ)
the partridge
- কোঁ-কোঁকৈkom̐-kom̐kaiAdverb
বৰ বেগেৰে
with great speed
- কোঁ-কোঁবাইkom̐-kom̐bāiAdverb
বৰ বেগেৰে
with great speed
- কোঁচ খাko`s khaVerb-Trans.
কিবা বস্তুক নিজৰ গাৰ ফালে টানি আন্
to draw back or in sth
- কোঁচ খাইko~s khaiAdverb
তাপ অথবা আৰ্দ্ৰতাৰ প্ৰভাৱত সংকুচিত হৈ
by lessening in size, as from exposure to conditions of temperature or moisture
- কোঁচ-মোচ খাইko`~s-mo`s khaiAdverb
তাপ অথবা আৰ্দ্ৰতাৰ প্ৰভাৱত সংকুচিত হৈ
by lessening in size, as from exposure to conditions of temperature or moisture
- কোঁচাVerb-Trans.
একে ঠাইত জমা হোৱা
To fold or organize something in order to be safely stored
- কোঁচা, কোঁচ খুবাTransitive verb
চপাই বা কোঁচাই ঠেক বা চুটি কৰ্; সঙ্কুচিত কৰ্; মোকোটা
to contract
- কোঁচাই আন্ko`.sai anVerb-Trans.
কিবা বস্তুক নিজৰ গাৰ ফালে টানি আন্
to draw back or in sth
- কোঁচ্, কোঁচ খাIntransitive verb
চাপ খাই ঠেক বা চুটি হ; মোটোকা খা; সঙ্কুচিত হ; কুঁচি চুটি বা ঠেক হ; গোট খা
to be contracted