কোঁচা
অৰ্থ
1.
একে ঠাইত জমা হোৱা
To fold or organize something in order to be safely stored
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
অসন্তুষ্টি, অসন্মতি, ভয়, সন্দেহ আদি বুজাবলৈ দুই কান্ধ ওপৰলৈ কোঁচা৷
to raise or draw up the shoulders in dislike, dread, doubts etc.
সকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ