কৈৰা
kairā
অৰ্থ
1.
কইৰ; হঁয়কলী; যেনে-"কৈৰা মৈৰা কুকুৰা চটকে আছে লেখি" (বব্ৰুবাহনৰ যুদ্ধ)
the partridge
বি.
2.
ক'ত; ক'তা; যেনে-"হলফল কৰে নুন কেশ আউল-জাউল। কৈৰা হৰি বুলি সবে চলে যেন বাউল" (ৰুক্মিণীহৰণ)
where
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ