← ফুৰি যাওক

কোঁচ্, কোঁচ খা

অৰ্থ

1.

চাপ খাই ঠেক বা চুটি হ; মোটোকা খা; সঙ্কুচিত হ; কুঁচি চুটি বা ঠেক হ; গোট খা

to be contracted

অক. ধা.

2.

নিৰুৎসাহ হ

to be disheartened or discouraged

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কোঁচ্, কোঁচ খা · অসমীয়া অভিধান