কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্দেহsandehaNoun
সংশয়; অনিশ্চয়তা
uncertainty; doubt
- সন্দেহবাদিতাxon.deh.ba.di.taAbstract Noun
সাধাৰণভাৱে গৃহীত যিকোনো জনবিশ্বাসৰ প্ৰতি সন্দেহ প্ৰকাশ কৰা স্বভাৱ
the nature of habitually doubting the authenticity of accepted beliefs
- সন্দৰ্ভsandarbhaNoun
ৰচনা; প্ৰবন্ধ; উল্লেখ
reference
- সন্দৰ্শনxon.dor.xonVerbal Noun
দেখা বা চোৱা কাৰ্য্য ।
An act of looking or seeing at somebody/something.
- সন্ধানsandhānaNoun
ধেনুত কাঁড় জুৰি কৰা লক্ষ্য
the act of taking aim, as with an arrow
- সন্ধিsandhiNoun
মিলন-স্হান; যোৰা
junction; a joint
- সন্ধিক্ষণxon.dhi.khyonAbstract Noun
অতি গুৰুত্বপূৰ্ণ এক মূহুৰ্ত্ত
a crucial or important point of time
- সন্ধিপদীxon.dhi.po.diCommon Noun
সন্ধিপদী প্ৰানীৰ সংখ্যা জীৱ-জগতৰ আন সকলোতকৈ বেছি । সকলো পোক পতঙ্গ এই শ্ৰেনীত পৰে । দেহত সন্ধি যুক্ত (খলপীয়া) বহু ঠেং থাকে বাবে ইহতক সন্ধিপদী বোলে ।
Arthropods (Phylum Arthropoda, from Greek ἄρθρον arthron, "joint", and ποδός podos, "foot")are characterised by the possession of a segmented body with appendages on at least one segment.The arthropods are by far the most successful phylum of animals, both in diversity of distribution and in numbers of species and individuals.About 80% of all known animal species belong to the Arthropoda - about 800,000 species have been described, and recent estimates put the total number of species in the phylum at about 6 million.
- সন্ধিস্থলxon.dhi.stholVerbal Noun
দুই বা ততোধিক বস্তু একেলগ হোৱা বা লগা-লগি হোৱা ঠাই
a place or point where two or more things meet, cross or are joined
- সন্ধিস্হলNoun
সংযোগ বা মিহলি হোবা ঠাই
a place where intermingling takes place; a place of meetingeach other
- সন্ধিয়াxon.dhi.yaAbstract Noun
বেলি মাৰ যোৱাৰ পাছৰ সময়৷
the time just after or around sun-set
- সন্ধুক্ষণsandhukṣaṇaNoun
মূৰ্চ্ছিত অৰস্হাৰপৰা পুনৰ চেতন পোবা; অজ্ঞান অবস্হাৰপৰা পুনৰ জ্ঞান পোবা
recovery after senselessness
- সন্ধ্যকxon.dhyokMaterial Noun
সিন্ধু নদীৰ পানীয়ে পোৱা ঠাইৰ আকৰত হোৱা ডুখৰীয়া লোণ, খনিজ লোণ
common salt occurring in extensive, irregular beds in rock like masses, naturally occurring crystalline sodium chloride
- সন্ধ্যক, সন্ধ্যক লোণsandhyaka, sandhyaka, loṇaNoun
সিন্ধু আৰু তাৰ ওচৰৰ দেশৰ আকৰত পোবা এবিধ ডুখৰীয়া লোণ
rock salt
- সন্ধ্যক্ষৰxon.dhyo.khyorAbstract Noun
একেটা syllableত সংযুক্ত হৈ থকা দুটা স্বৰবৰ্ণ৷ অসমীয়াত `ঐ`(অ+ই) আৰু `ঔ` (অ+উ)সন্ধ্যক্ষৰ৷ ইয়াত প্ৰথম স্বৰবৰ্ণটো উচ্চাৰণ কৰি পাছৰটো উচ্চাৰণ কৰিবলৈ যোৱা হয় যদিও পাছৰটো সম্পূৰ্ণকৈ উচ্চাৰণ কৰা নহয়৷
a vowel sound that changes its quality within a single syllable; a combination of two vowel sounds where the articulation begins from the first one and goes towards the other but stops before exactly reaching/articulating the second sound, therefore partially articulating the second. e.g. /ei/ in day or the 'oi'sound in boy.There are eight diphthongs in English.
- সন্ধ্যবৰ্ণxon.dhya.bor.noAbstract Noun

- সন্ধ্যস্বৰxon.dhya.sworAbstract Noun

- সন্ধ্যাsandhyāNoun
দিনৰ দুটা সময়ৰ যোৰা; যেনে-"পুবা, দুপৰীয়া আৰু বেলি মাৰ যোবা সময়"; গধূলি সময়
junction of two parts of the day; morning, noon or evening; evening
- সন্ধ্যা-বেলাxon.dhya-be.laAbstract Noun
বেলি মাৰ যোৱাৰ পাছৰ সময়৷
the time just after or around sun-set
- সন্ধ্যাজৱাxon.dhya.jo.baCommon Noun
প্ৰায় ১৫-২০ ফুট ওখ, ডাঙৰ পাতৰ (৪-৬ ইঞ্চিৰ) বগা ফুল ফুলা গছ৷
Hibiscus arnottianus is a shrub or small tree generally 15 to 20 feet in height though a few individuals will grow to 30 feet tall. These specimens can be up to 20 feet in diameter. Individual plants vary in appearance from open and airy to compact. The leaves are oval with a smooth upper surface and smooth or slightly toothed edges. The leaves are 4 to 6 inches long and often have red veins and stems.