← ফুৰি যাওক

সন্ধি

sandhi

অৰ্থ

1.

মিলন-স্হান; যোৰা

junction; a joint

বি.

2.

বাট; উপায়

way; means

বি.

3.

দুই ৰজা বা ৰাজ্য মিলেৰে খাকিবলৈ কৰা নিয়ম

treaty

বি.

4.

(ব্যাকৰণ) দুই বৰ্ণৰ মিল হৈ হোবা ৰূপান্তৰ

coalescence of two words according to rules of grammar

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সন্ধি · অসমীয়া অভিধান